Assamese Quiz

LotterySambad's.com

  1. The highest lake above the sea world is:
    (সাগৰ পৃষ্ঠৰ ওপৰত থকা পৃথিৱীৰ উচ্চতম হ্রদটোৰ নাম কি?)
    (a) Lake Avernus (এভাৰনাচ হ্রদ)
    (b) Lake Tanzania (তাঞ্জানিয়া হ্রদ
    (c) Lake Toba (ট’বা হ্রদ)
    (d) Lake Titicaca (টিটিকাকা হ্রদ) ✅
  2. Which one of the following cities is associated with the river Mekong?
    (তলৰ কোনখন মহানগৰ মেকং নদীৰ লগত জড়িত?)
    (a) Hong Kong (হংকং)
    (b) Phnom-Penh (ফোনম-পেন)✅
    (c)Shanghai (চাংঘাই)
    (d) Yangon (য়াংগুন)
  3. The world’s largest lake is: (পৃথিৱীৰ সর্ববৃহৎ হ্রদটো হৈছে__)
    (a) Lake Victoria (ভিক্ট’ৰিয়া হ্রদ)
    (b) Lake Superior (চুপিৰিয়ৰ হ্রদ)
    (c) Caspian Sea (কাস্পিয়ান সাগৰ) ✅
    (d) Black Sea (ব্লেক শ্বি)
  4. Which is the largest Gulf in the World?
    (পৃথিৱীৰ সর্ববৃহৎ উপসাগৰখনৰ নাম কি?)
    (a) The Gulf of Cambay (কাম্বে উপসাগৰ)
    (b) The Gulf of Mexico (মেক্সিকো উপসাগৰ)✅
    (c)The Persian Gulf (পাছিয়ান উপসাগৰ)
    (d) The Strait of Hormuz (হৰমােজৰ প্রণালী)
  5. Which of the following is the largest river in the world?
    (তলৰ কোনখন পৃথিৱীৰ সৰ্ববৃহৎ নদী?)
    (a) Nile (নীল)
    (b)Congo (কংগাে)
    (c) Ganges (গংগা)
    (d) Amazon (আমাজান)✅
  6. The highest waterfall of the world is:
    (পৃথিৱীৰ উচ্চতম জলপ্রপাতটো হৈছে__)
    (a) Niagara Falls (নায়েগ্রা)
    (b) Boyoma Falls (বয়মা জলপ্রপাত)
    (c) Angel Falls (এঞ্জেল জলপ্রপাত) ✅
    (d) Khone Falls (খন জলপ্রপাত)
  7. Niagara Falls are in: (নায়েগ্রা জলপ্রপাত __ত অৱস্থিত।)
    (a) Australia (অষ্ট্রেলিয়া)
    (b) UK (ব্রিটিছ যুক্তৰাষ্ট্র)
    (c) SouthAfrica (দক্ষিণ আফ্রিকা)
    (d) USA (আমেৰিকা যুক্তৰাষ্ট্র) ✅
  8. The Strait connecting Arabian Sea and the Bay of Bengal is :
    (আৰৱ সাগৰ আৰু বংগােপ সাগৰক সংযােগ কৰা প্রণালীটো হৈছে_।)

    (a) Bering Strait (বেৰিং প্রণালী)
    (b) Dover Strait (ড’ভাৰ প্ৰণালী
    (c)Palk Strait (পক প্রণালী)✅
    (d) Vermosa Strait (বার্মোচা প্রণালী)
  9. Which of the following is the deepest lake? (তলৰ কোনটো গভীৰতম হ্রদ ?)
    (a) Lake Victoria (ভিক্টৰিয়া হ্রদ)
    (b) Caspian Sea (কাস্পিয়ান সাগৰ)
    (c) Lake Superior (চুপিৰিয়ৰ হ্রদ)
    (d) Lake Baikal (বৈকাল হ্রদ)✅
  10. Which is the largest fresh water lake in the world?
    (তলৰ কোনটো পৃথিৱীৰ সর্ববৃহৎ অলৱণাক্ত পানীৰ হ্ৰদ?)

    (a) Lake Tanganyika (টাঞ্জানিয়িকা হ্রদ)
    (b) Lake Superior (চুপিৰিয়ৰ হ্রদ) ✅
    (c) Lake Baikal (বৈকাল হ্রদ)
    (d) Lake Michigan (মিচিগান হ্রদ)
  11. Which one of the following is the largest country areawise?
    (মাটিকালি হিচাপে তলত উল্লেখ কৰা কোনখন দেশ সর্ববৃহৎ?

    (a) Argentina (আর্জেন্টিনা)
    (b) India(ভাৰত)✅
    (c) Kazakhastan (কাজাখস্তান)
    (d) Sudan (ছুডান)
  12. Which one of the following is not an African country?
    (তলৰ কোনখন আফ্রিকীয় দেশ নহয় ?)

    (a)Cameroon (কেমেৰুন)
    (b)Gabon (গেবন)
    (c)Mauritania (মৰিটানিয়া)
    (d) Yemen (য়েমেন)✅
  13. Which of the following is the largest island? (তলৰ কোনটো সর্ববৃহৎ দ্বীপ?)
    (a) Sumatra (সুমাত্রা)
    (b)Madagascar (মাডাগাস্কাৰ)✅
    (c) Honshu
    (d) Cuba (কিউবা)
  14. Which among the following is the most populous city in the world?
    (তলৰ কোনখন পৃথিৱীৰ জনবহুল মহানগৰ ?)

    (a) Kolkata (কলকাতা)
    (b) Mexico City(মেক্সিকো চহৰ)
    (c) Sao Paulo (চাও পাওলাে)
    (d) Tokyo (টকিঅ’) ✅
  15. Which state has smallest land area? ( তলৰ কোনখন ৰাজ্যৰ মাটিকালি আটাইতকৈ কম?)
    (a) Goa (গােৱা)✅
    (b) Nagaland (নাগালেণ্ড)
    (c) Sikkim (ছিকিম)
    (d) Tripura (ত্রিপুৰা)

Assamese gk 2022

  1. Among the following Union Territories of India, which one has the largest size?
    (নিম্নোক্ত ভাৰতৰ কেন্দ্রীয় শাসিত অঞ্চলসমূহৰ ভিতৰত কোনখন আকাৰত সৰ্ববৃহৎ ?)

    (a) Pondicherry (পুডুচেৰী)✅
    (b) Lakshadweep (লাক্ষাদ্বীপ)
    (c) Daman and Diu (দমন আৰু ডিউ)
    (d) Chandigarh (চণ্ডীগড়)
  2. Which one of the following States shares boundaries with the maximum number of other States of India?
    (নিম্নোক্ত কোনখন ৰাজ্যই ভাৰতৰ সর্বোচ্চ সংখ্যক ৰাজ্যৰ লগত সীমাৰ অংশীদাৰী কৰিছে?)

    (a) Madhya Pradesh (মধ্যপ্রদেশ)
    (b)Maharashtra (মহাৰাষ্ট্র)
    (c) Assam (অসম)✅
    (d) Bihar(বিহাৰ)
  3. Jharkhand does not share boundary with:
    (ঝাৰখণ্ডে কাৰ সৈতে সীমাৰ ভাগ বতৰা কৰা নাই ?)

    (a) West Bengal (পশ্চিমবংগ)
    (b) Orissa (উৰিষ্যা)
    (c) Chhattisgarh (ছত্তিছগড়)
    (d) Madhya Pradesh (মধ্যপ্রদেশ)✅
  4. How many States and Union Territories are there in India?
    (ভাৰতত কিমানখন ৰাজ্য আৰু কেন্দ্রীয় শাসিত অঞ্চল আছে?)

    (a) 25 States and 7 Union territories ( ২৫ খন ৰাজ্য আৰু ৭ টা কেন্দ্রীয় শাসিত অঞ্চল)
    (b) 28 States and 7 Union territories (including National capital territory – 1)
    (২৮ খন ৰাজ্য আৰু ৭ টা কেন্দ্রীয় শাসিত অঞ্চল (ৰাষ্ট্ৰীয় ৰাজধানী অঞ্চল -১ক অন্তর্ভুক্ত কৰি]✅
    (c) 24 States and 6 Union territories (২৪খন ৰাজ্য আৰু ৬ টা কেন্দ্রীয় শাসিত অঞ্চল)
    (d) None of the above (ওপৰৰ এটাও নহয়)
  5. Amongst the following Indian States which one has the minimum total forest cover?
    (নিম্নোক্ত কোনখন ভাৰতীয় ৰাজ্যত সর্বনিম্ন বনাঞ্চল আছে?)

    (a) Sikkim (ছিকিম)
    (b) Goa (গােৱা)
    (c) Haryana (হাৰিয়ানা)✅
    (d) Kerala (কেৰালা)
  6. The Tropic of Cancer passes through: (কর্কটক্রান্তি __ৰ মাজেদি পাৰ হৈ গৈছে।)
    (a) Bihar(বিহাৰ)
    (b) Gujarat (গুজৰাট)✅
    (c) Uttar Pradesh (উত্তৰ প্ৰদেশ)
    (d) Orissa (উৰিষ্যা)
  7. The capital of Lakshadweep is: (লাক্ষাদ্বীপৰ ৰাজধানী হৈছে__। )
    (a) Port Blair (পর্ট ব্লেয়াৰ)
    (b) Silvassa (চিলভাছা)
    (c) Aizawl(আইজল)
    (d) Kavaratti (কাভাৰাট্টি)✅
  8. Which one of the following mountain peaks of Himalayas is NOT in India?
    (তলত উল্লেখ কৰা হিমালয় পর্বতৰ কোনটো শৃংগ ভাৰত অৱস্থিত নহয়?)

    (a)Annapurna (অন্নপূর্ণা)✅
    (b) Nanda Devi (নন্দা দেৱী)
    (c) Mt. Kamet (মাউণ্ট কামেট)
    (d) Kanchenjunga (কাঞ্চনজংঘা)
  9. The Himalayan mountain system belongs to which one of the following?
    (হিমালয় পর্বত শৃংখলা তলৰ কোনটোৰ অন্তৰ্গত?)

    (a) Fold mountains (ভংগিল পর্বত) ✅
    (b) Volcanic mountains (জ্বালামুখী পর্বত)
    (c) Block mountains (স্তুপ পর্বত)
    (d) None of these (ইয়াৰে এটাও নহয়)

More Quiz click link http://www.axomiaii.com

Leave a Comment